Home Fashion East India Fashion Show #Patani #Koch_Rajbongshi_Fashion_Show @Koch David Yor

East India Fashion Show #Patani #Koch_Rajbongshi_Fashion_Show @Koch David Yor

0
East India Fashion Show #Patani #Koch_Rajbongshi_Fashion_Show @Koch David Yor

F&DC Presents
East India Fashion week
Date – 08-01-2022
Venue – Vivanta, Guwahati, Assam.
#Patani #Koch_Rajbongshi_Fashion_Show
#East_India_Fashion_Show

গুৱাহাটীৰ Taj Vivantar ছায়া-মায়া আলোকত কোচ ৰাজবংশীৰ সপোনৰ খোজ-

সবল সামাজিক ভিত্তি অবিহনেই গোৱালপাৰা জিলাৰ দূধনৈৰ মৰমৰ পূৰৱী ৰায়ে যি সাহসৰ কাম কৰি দেখুৱালে তাক ধন্যবাদ নিদি নোৱৰোঁ | যি সময়ত কোচ ৰাজবংশী জাতীয় সংগঠনবোৰৰ কোনেও কোচ ৰাজবংশীৰ সংস্কৃতিৰ উন্নয়নৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই সেই সময়ত পূৰৱী ৰায়ে অকলেই গুৱাহাটীৰ Taj Vivanta ত আয়োজিত Eastern India Fashion Show Week ত “পাটানি”ৰ fashion show কৰি যি প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিলে তাক দেখি অভিভূত হৈ পৰিলোঁ | পাটানিক নতুন ৰূপত তুলি ধৰাত “কোচ ৰাজবংশী কালচাৰেল চ’চাইটি”ৰ অৱদানক আমি স্বীকাৰ কৰিবই লাগিব | হয়টো এনেদৰেই এদিন পাটানি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব | আশা কৰোঁ কোচ ৰাজবংশী জাতীয় সংগঠনবোৰে বাধাৰ কাৰকবোৰ উদঘাটন কৰি এটা সমাধানৰ প্ৰক্ৰিয়াৰে কোচ ৰাজবংশীৰ সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিব | আজিৰ proggram ত বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী Sir উপস্থিত থাকে |

source

LEAVE A REPLY

Please enter your comment!
Please enter your name here